নীলাচল পাহাৰৰ বুকুত থকা ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। বুধবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ । মাৰ আশীষ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰিছে শক্তিপীঠ কামাখ্যাত । নৱৰাত্ৰিৰ আজি দ্বিতীয় দিনাও কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ৷ উল্লেখ্য যে,মহানগৰীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ হৈছে দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ প্ৰাচীন পীঠ।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem