অসমবাসীৰ বাবে সুখবৰ। ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব বৰুৱাৰ সংসাৰ।জানিব পৰা মতে অহা ১জুনত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। বৰুৱাৰ সংসাৰ নামৰ তথ্য চিত্ৰ খন নিৰ্মাণ কৰিছে চলচ্চিত্র নিৰ্মাতা উৎপল বৰপূজাৰীয়ে। ৭১মিনিট দৈৰ্ঘ্যৰ এই তথ্য চিত্র খন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনি ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই।তথ্যচিত্র খনৰ সহযোগী পৰিচালক হ’ল ভাস্কৰ জ্যোতি দাস, মনস্বিনী মহন্ত । আনহাতে সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই। উল্লেখ্য যে মহানগৰীৰ লতাশিলৰ সমীপৰ পুৰণি বাসগৃহ আৰু বাসগৃহ স্বত্বাধিকাৰ বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ হৈছে এই তথ্যচিত্র খন।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta