সামাজিক সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে এন আৰ এলৰ ক’ৰ্পাৰেট কমিউনিকেচনৰ বিষয়া মধুচন্দা অধিকাৰী ২০১৯বৰ্ষৰ মহিলা বঁটাৰে সন্মানিত কৰিছে।এটা ট্ৰফী আৰু এখন প্ৰশস্তি পত্ৰই সমৃদ্ধ এই বঁটা প্ৰদান কৰে প্ৰসিদ্ধ চলচিত্ৰ পৰিচালিকা ৰীমা দাস আৰু হিমানী শিৱপুৰীয়ে।২০ছেপ্তেম্বৰত অনুষ্ঠিত এক কাৰ্য্যসূচীত অধিকাৰীক এই বঁটা প্ৰদান কৰে ।উল্লেখযোগ্য যে নাৰীত্বৰ সন্মানৰ প্ৰদৰ্শন কৰি অহা সংশ্লিষ্ট ক্ষেত্ৰৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক এই বঁটা প্ৰদান কৰি অহা হৈছে ।
Trending
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা