মুম্বাইৰ Women’s Premier League স্থান লাভ জিণ্টিমণি কলিতাৰ

0 501

Women’s Premier League ত স্থান লাভ কৰিছে অসমৰ জিণ্টিমণি কলিতাই। মুম্বাইত অনুষ্ঠিত WPL নিলাম অনুষ্ঠানত মুম্বাইৰ ইণ্ডিয়ানছে জিণ্টিমণি কলিতাক ১০লাখ টকাত চুক্তিবদ্ধ কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে দলত স্থান লাভ কৰি যথেষ্ট আনন্দিত হৈছো। অনাগত দিনত ভাৰতীয় দলত স্থান লাভৰ ইচ্ছা থকাৰ কথা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.