লখিমপুৰত আলি আঃয়ে লৃগাংৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মিচিং জনগোষ্ঠীৰ প্ৰাণৰ কৃষিজীৱি উৎসৱ আলি আ:য়ে লৃগাং।ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সম্প্ৰদায় লোকে উদযাপন কৰে আলি আয়ে লৃগাং। উল্লেখ্য যে উত্তৰ লখিমপুৰত এইবাৰ আলি আ:য়ে লৃগাং উদযাপন কৰা ৫০ বছৰ পূৰ্ণ হ’ব।এই বাবে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে এতিয়াৰে পৰা ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে।সোণালী জয়ন্তী কেন্দ্ৰীয় আলি আয়ে লৃগাঙৰ উদযাপনৰ বাবে উত্তৰ লখিমপুৰৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ মুৰং উকুম লত্তাত আজি মাংগলিক নীতি নিয়মৰে লাইখুটা স্থাপন কৰা হয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা