শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ত আজি ” কুঁহিপাত ” শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনিশ ঠাকুৰে । অনুষ্ঠান অনুষ্ঠিত বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক পদ্মেশ্বৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত সমাজকৰ্মী, মৌজাদাৰ উৎপল দাস, লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰা, বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী শইকীয়া বৰা, বুঢাগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈ, সমাজকৰ্মী হিতেশ ডেকা, চিলনী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সন্তোষ ছেত্ৰী, মানশিৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হেমন্ত নাথ, বালিপৰা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি তপন চন্দ্ৰ দাসৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া, অভিভাৱক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন