শিৰোমণি দলেৰ অভিযান

0 258


অসমৰ একমাত্ৰ ন’জ পেইণ্টাৰ শিৰোমণি দলেই কালি ছহিদ কমলা মিৰি শীৰ্ষক অভিযানৰ দ্বাৰা বিশ্বৰেকৰ্ড গঢ়াৰ বাবে ঢকুৱাখনাৰ পৰা জোনাইলৈ প্ৰায় ১৭০কি.মি পথ স্কুটি চলাই নাকেৰে ৮খনকৈ ছবি অংকন কৰি অভিলেখ সৃষ্টি কৰে।কালি পুৱা ঢকুৱাখনাৰ পৰা আৰম্ভ হোৱা এই অভিযানত প্ৰায় ১৭০কিলো মিটাৰ পথ অতিক্ৰমৰ অন্তত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি পৰে ।লগতে অস্কাৰৰ বাবে মনোনীত হোৱা ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰচাৰৰ বাবে কেইবাখনো তৈলচিত্ৰ অংকন কৰি জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.