ৰাজ্যৰ উচ্চশিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয় যে বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাৰ ঠাইত নতুন উপাচাৰ্য হিচাপে ড° হিতেশ ডেকাক নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে যোৱা ৯জুন অৰ্থাৎ মঙলবাৰে পূৰ্বৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাৰ কাৰ্যকালৰ অন্ত পৰিছে।১০জুন অৰ্থাৎ আজি বিশ্ববিদ্যালয়খনৰ সপ্তম প্ৰতিষ্ঠা দিৱস। আজিৰ অনুষ্ঠানতে উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ড° হিতেশ ডেকাই।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta