৭৬তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ আজি জাৰ্ছী মুকলি হয়। কোকৰাঝাৰ স্থিত বড়োলেণ্ড গেষ্ট হাউছত হাউছতত সংবাদ মেলৰ জৰিয়তে অসম দলটোৰ জাৰ্ছী মুকলি হয়।জাৰ্ছী মুকলি অনুষ্ঠানত অসম ফুটবল সন্থাৰ সম্পাদক হেমন্দ্ৰ নাথ ব্ৰক্ষ্ম,বি টি আৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো উপস্থিত আছিল। উল্লেখযোগ্য যে বি টি আৰৰ সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ গ্ৰুপ তিনিৰ লীগ মেচ অনুষ্ঠিত হ’ব।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign