সুশান্ত সিং ৰাজপুতে আগন্তুক দিনৰ বাবে কি কি পৰিকল্পনা কৰিছিল

0 673

আজিও ৰহস্যত আছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য। সুশান্তই আগন্তুক দিনত কি কি কাম কৰিব সেই বিষয়ে পৰিকল্পনা কৰিছিল।এই সম্পৰ্কত ভগ্নী শ্বেতা সিং কীৰ্তিয়ে এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত লিখা আছে সুশান্তৰ সাতটা পৰিকল্পনা।
 
 
 
 
 
 
সেইকেইটা হ’ল-
১/ সোনকালে উঠা।
২/লগে লগে পুৱাৰ ভাগত শুৱাৰ বিছনা খন ঠিক কৰা ।
৩/ ৱেব চিৰিজ চোৱা
৪/গীটাৰ শিকা
৫/ ৱক আউত কৰা
৬/ মেডিটেশ্যন কৰা
৭/ নিজে থকা সকলো ঠাই চাফা কৰা
৮/ বিভিন্ন দিশ শিকাৰ বাবে অনুশীলন কৰা।
উল্লেখযোগ্য যে এই সকলোখিনি পৰিকল্পনাৰ বিষয়ে যোৱা ২৯ জুনত সুশান্ত সিং ৰাজপুতে লিখিছিল।

Leave A Reply

Your email address will not be published.