হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮ম, ৯ম আৰু ১০ম স্থানত ছয়জন শিক্ষাৰ্থীৰ সফলতা

0 258

শিক্ষা আহৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যসলয়ে গুৰুত্বপূৰ্ণ ভূমিকা যে লৈ আহিছে, সেই কথা পূনৰবাৰ প্ৰতিফলিত হৈ উঠিল। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও আৰু ধিং খ্ৰাইছ জ্যোতি স্কুলৰ পাচ গৰাকী আৰু বনিফেছ হাইস্কুলৰ ১ জন শিক্ষাৰ্থীয়ে ৮ম, ৯ম, আৰু ১০ম স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ ৰাজনন্দিনী বৈদ্য, তেজল আগৰৱালা আৰু উদেষ্ণা বৰদলৈয়ে ৮ম স্থান, ধিং খ্ৰাইছজ্যোতি স্কুলৰ সৃষ্টিনন্দা কাশ্যপে ৯ম স্থান আৰু উদিতি দাসে ১০ম আৰু বনিফেচ হাই স্কুলৰ হামিদুৰ ৰহমানে ১০ম স্থানেৰে জিলা খনলৈ সুনাম কঢ়িয়ালে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.