অহা ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এই ৫ দিনীয়া অধিৱেশন।অসম বিধানসভাৰ এই অধিৱেশনত উত্থাপন কৰা হ’ব কেইবাখনো বিধেয়ক। ২১ ডিচেম্বৰত উত্থাপন হ’ব ২ খন চৰকাৰী বিধেয়ক। তাৰোপৰি এই অধিৱেশনত থাকিব সাধাৰণ প্ৰশ্ন-উত্তৰ শিতান আৰু দাবী মঞ্জুৰি প্ৰস্তাৱ।ইতিমধ্যে অসম চৰকাৰৰ কেইবাটাও সিদ্ধান্ত আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘটিত হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্ককলৈ বিৰোধীয়ে ইতিমধ্যে চৰকাৰক বিভিন্ন ধৰেণে সমালোচনা কৰিছে। এই বিষয়সমূহ বিধানসভাৰ মজিয়াটো যে স্থান পাব সেয়া নিশ্চিত।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন