অসম আৰক্ষীৰ মুখ্যালয়ৰ প্ৰশাসনৰ সৈতে জড়িত বিষয়াসকলক নিৰ্দেশ দিছো যে তিনিবছৰ একেস্থানত থকা উপ-পৰিদৰ্শকৰ পৰা উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলৰ এখন তালিকা সাজু কৰিব লাগে। আৰু এই তালিকাত থকা বিষয়াসকলক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব।ইফালে অসম আৰক্ষীৰ যিসকল আৰক্ষী বিষয়া কোনো দুৰ্নীতি বা অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে বা থকা বুলি অভিযোগ উত্থাপন হয়, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদ মেলৰ যোগে মন্তব্য কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ