আজি উপ নিৰ্বাচন।পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৫টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ`ল।এই উপ নিৰ্বাচনে ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ`ল ভোটগ্ৰহণৰ প্ৰক্ৰিয়া।আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৫ বজাত অন্ত পৰিব।পাঁচটা সমষ্টিৰ মুঠ ৭ লাখ ৯৬হাজাৰ ৪৫৬জন ভোটাৰৰ ভিতৰত ৪লাখ, ০৩,৩৭৪ পুৰুষ ভোটাৰ, ৩লাখ ৯৩,০৭৮গৰাকী মহিলা ভোটাৰৰ লগতে ৩জন তৃতীয় লিংগৰ ভোটাৰ আছে।ভোটকেন্দ্ৰসমূহৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক ২লাখ,১৭,৪৩২জন ভোটাৰ থকাৰ বিপৰীতে থাওৰাত সৰ্বনিম্ন ভোটাৰৰ সংখ্যা হ’ল ১লাখ, ১৫,৯৭১জন ভোটাৰ আছে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls