ক’ভিড-১৯ ৰ বাবে এইবাৰো ইণ্ডিয়া টাইকানণ্ডো প্ৰতিযোগিতা অনলাইনত অনুষ্ঠিত হয়। ৮জুলাইৰ পৰা ২৫জুলাইলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শেহতীয়াভাৱে ঘোঘিত ফলাফল অনুসৰি প্ৰতিযোগিতাত অসমৰ দুজনে সোণ আৰু চাৰিজনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণৰ পদক লাভ কৰা খেলুৱৈ দুজন হ`ল ক্ৰমে সঞ্জনা দেৱী (মহিলা) আৰু নৈতিক সুমন কলিতা (পুৰুষ)। তেনেদৰে ব্ৰঞ্জৰ পদক লাভ কৰা চাৰিজনৰ ভিতৰত তিনিজনী মহিলা খেলুৱৈ হ`ল ক্ৰমে কাব্য কৃশিতা বৰা, ভায়’লিনা এন বি ভূঞা আৰু এৰিন নবিচ। পুৰুষ খেলুৱৈজন হ`ল মানস জ্যোতি বৰুৱা। ইতিমধ্যে বিজয়ী ছয়জন খেলুৱৈলৈ প্ৰমাণ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই