টকিঅ’ অলিম্পিকত বক্সিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পদক নিশ্চিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা জ্ঞাপন কৰা প্ৰয়াস কৰিছে গহপুৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ।শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তনয়া শইকীয়াই আহত গছৰ পাতত লাভলীনা বৰগোহাঁই ,টকিঅ` আদি শব্দ লগতে অলিম্পিকৰ চিম্বলৰ উপৰিও Go For Glory লিখি শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনা বৰগোহাঁইক।তনয়া শিক্ষক বিশ্বজিৎ শইকীয়া আৰু শিক্ষয়ত্ৰী মৌচুমী শইকীয়া একমাত্ৰ কন্যা।উল্লেখযোগ্য যে অতি কম সময় ভিতৰতে বক্সাৰ গৰাকীয়ে সোণৰ পদক অৰ্জন কৰি অসম তথা ভাৰতৰ নাম বিশ্ববাসী মাজত জিলিকাব বুলি আশা প্ৰকাশ কৰিছে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ