ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় সংখ্যালঘু আয়োগৰ সদস্য কুমাৰী চৈয়দ শ্বাহজাদিয়ে চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অসম ভ্ৰমণলৈ আহে । অহা ৩১ আগষ্টলৈ অসমত থকা সময়চোৱাত আয়োগৰ সদস্য শ্বাহজাদিয়ে ৰাজ্যৰ বিভিন্ন সংখ্যালঘু অধ্যূক্ষিত অঞ্চলত বসবাস কৰা ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লব । তেনেদৰে সংখ্যালঘু লোকৰ কল্যাণ – উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ ১৫ দফীয়া আঁচনি যথাযথ ভাবে ৰূপায়িত হৈছে নে নাই তাৰ পৰ্যবেক্ষণ – পৰ্যালোচনা কৰিব । ইয়াৰ উপৰিও সংখ্যালঘু লোকসকলৰ শিক্ষা , আৰ্থ সামাজিক স্থিতিৰ বুজ লোৱাৰ লগতে সংলিষ্ট বিষয়াৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা কৰিব।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি