দৌৰবিদ হিমা দাসৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণৰ পোষকতা কৰিছে চলচিত্ৰ পৰিচালিকা ৰীমা দাসে। ভিলেজ ৰক ষ্টাৰ ছবিৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰীমা দাসে সাংবাদিক সৈতে মতবিনিময় অনুষ্ঠানত এই মন্তব্য কৰে। লগতে তেওঁ কয় যে হিমা দাসৰ জীৱন লগত কৰবাত তেওঁৰ জীৱনৰো বহু মিল আছে। গাৱৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল।হিমা দাসৰ জীৱনৰ ইতিবাচক কিছু সময় চিনেমাখনত প্ৰতিফলিত কৰিব।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা