ৱাশ্বিংটনত জিলিকিল অভিনেতা আদিল হুছেইন । ‘ৰাহগি’ – the Wayfarers ৰ ছবিৰ বাবে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান । ৱাশ্বিংটন দি চি ছাউথ এছিয়ান ছবি মহোৎসৱ লাভ কৰে এই সন্মান । ছবিখনে লাভ কৰে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ও । পৰিচালনা আছিল গৌতম ঘোষ । অভিনয়ত আছিল আদিল হুছেইন, তিলোত্ৰমা সমে, নীৰজ কবি , অমকৰ্দাস মাণিকপুৰী আদি । ছবিখনৰ কাহিনী প্ৰফুল্ল ৰায়ৰ এটি ছুটি গল্পৰ আধাৰত । তিনি প্ৰজন্মৰ এটি ভ্ৰমণ কাহিনীৰ জৰিয়তে কেনেকৈ মানুহৰ জীৱন ৰক্ষাৰ মৌলিক কথা থাকে । তাৰপৰি ওপৰত সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে । কঠিন পৰিস্থিতিত কেনেকৈ মানুহৰ মানৱতা জাগ্ৰত হয় সেই সম্পৰ্কে ডাঙি ধৰিছে । ছবিখন মহোৎসৱৰ বাবে নিৰ্মাণ কৰা ছবি । ২০১৯ চনৰ ৭ অক্টোবত প্ৰথম বুচন আন্ত ৰাষ্ট্ৰীয় ছবি মহোৎসৱ মুক্তি দিয়া হয়, তাৰপিছত ২০১৯ চনৰ ২০ অক্টোবৰতে জিও মামী মুম্বাই ছবি মহোৎসৱ টো প্ৰদৰ্শন কৰা হয় । ছবিখনে ইতিমধ্যে, ২০২১ চনত ইউ কে এছিয়ান ছবি মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta