ৱাশ্বিংটনত জিলিকিল অভিনেতা আদিল হুছেইন

0 270

ৱাশ্বিংটনত জিলিকিল অভিনেতা আদিল হুছেইন । ‘ৰাহগি’ – the Wayfarers ৰ ছবিৰ বাবে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান । ৱাশ্বিংটন দি চি ছাউথ এছিয়ান ছবি মহোৎসৱ লাভ কৰে এই সন্মান । ছবিখনে লাভ কৰে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ও । পৰিচালনা আছিল গৌতম ঘোষ । অভিনয়ত আছিল আদিল হুছেইন, তিলোত্ৰমা সমে, নীৰজ কবি , অমকৰ্দাস মাণিকপুৰী আদি । ছবিখনৰ কাহিনী প্ৰফুল্ল ৰায়ৰ এটি ছুটি গল্পৰ আধাৰত । তিনি প্ৰজন্মৰ এটি ভ্ৰমণ কাহিনীৰ জৰিয়তে কেনেকৈ মানুহৰ জীৱন ৰক্ষাৰ মৌলিক কথা থাকে । তাৰপৰি ওপৰত সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে । কঠিন পৰিস্থিতিত কেনেকৈ মানুহৰ মানৱতা জাগ্ৰত হয় সেই সম্পৰ্কে ডাঙি ধৰিছে । ছবিখন মহোৎসৱৰ বাবে নিৰ্মাণ কৰা ছবি । ২০১৯ চনৰ ৭ অক্টোবত প্ৰথম বুচন আন্ত ৰাষ্ট্ৰীয় ছবি মহোৎসৱ মুক্তি দিয়া হয়, তাৰপিছত ২০১৯ চনৰ ২০ অক্টোবৰতে জিও মামী মুম্বাই ছবি মহোৎসৱ টো প্ৰদৰ্শন কৰা হয় । ছবিখনে ইতিমধ্যে, ২০২১ চনত ইউ কে এছিয়ান ছবি মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ।

Leave A Reply

Your email address will not be published.