WOMEN ৰ প্ৰচেষ্টা

0 457

IMG-20170320-WA0019

সুখবৰ! নাৰী সকলৰ সবলীকৰণ, স্বাস্থ্য, উন্নয়ন সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ৱমেন (Web of Mass Empowerment and Nourishment) শীৰ্ষক এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ জন্ম লাভ কৰে। গুৱাহাটীৰ শ্বুলিন গ্ৰেণ্ড নামৰ হোটেল খনত অনুষ্ঠিত হোৱা অনুষ্ঠানত দক্ষতা বিকাশ আৰু সম্পদ সদ ব্যৱহাৰৰ নামৰ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। ৰ্কমশালা খনত বিভিন্ন উন্নয়নমূলক কামেৰে কিদৰে স্বেচ্ছাসেৱী সংগঠন সকলক আগবঢ়াই নিব পাৰি, পুঁজিৰ দ্বাৰা আৰ্থিক দিশত অনুদান আগবঢ়াব পৰা যায়, সেই বিষয়ে আলোকপাত হয়। অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকলৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত আছিল। স্মৰ্তব্য যে ৱমেন নামৰ অনুষ্ঠানটোৰ আৰত ৭ গৰাকী বিভিন্ন ক্ষেত্ৰৰ মহিলা জৰিত হৈ আছে।

IMG-20170320-WA0018

Leave A Reply

Your email address will not be published.