সুখবৰ ভাষাৰ সম্পৰ্কত অসম সাহিত্য সভাই কি ক’লে admin Jun 5, 2019 0 এমাহৰ ভিতৰত সচিবালয়ত নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ হ'ব ।২০২১চনৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ৭০শতাংশ বৃদ্ধি হোৱাটো…
সুখবৰ জীৱন গঢ়াৰ কমাৰশালৰ অন্যতম বাটকটীয়া ব্যতিক্ৰমী বিদ্যালয় admin Jun 5, 2019 0 এখন ব্যতিক্ৰমী বিদ্যালয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।পুথিগত শিক্ষাতকৈ গুণগত শিক্ষাক অগ্ৰাধিকাৰ দিয়া এই বিশেষ…
সুখবৰ উলহে মালহে উদযাপিত হ’ল পবিত্ৰ ঈদ admin Jun 5, 2019 0 বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ এমহীয়া ৰোজাৰ অন্তত ত্যাগৰ উৎসৱ ঈদ উদযাপিত হৈছে।ৰাজ্যৰ অন্য ঠাইৰ লগতে বুধবাৰে…
সুখবৰ বিশ্ব পৰিবেশ দিৱস উদযাপন admin Jun 5, 2019 0 নৱজাগৰণ সামাজিক কল্যাণকামী সংস্থাৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা বৃক্ষৰ সহযোগত আজি কামৰূপ গ্রাম্য জিলাৰ ভিতৰখোলা…
সম সাময়িক সময় থাকোতেই সজাগ হওক-বিশ্ব পৰিবেশ দিৱসৰ বিশেষ admin Jun 5, 2019 0 আজি বিশ্ব পৰিবেশ দিৱস।প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা তথা পৰিবেশ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে এই…
সুখবৰ ২০ জুনত মুকলি হ’ব শৰাইঘাটৰ দলং admin Jun 4, 2019 0 শৰাইঘাটৰ পুৰণি দলংখন ২০জুনত মুকলি হ'ব ।এই কথা জানিবলৈ দিছে উত্তৰ পূব সীমান্ত ৰেলৱে।উল্লেখযোগ্য যে গধুৰ যান বাহনৰ…
সুখবৰ কেৰিয়াৰ সজাগতা সভা সম্পন্ন admin Jun 3, 2019 0 তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি তেজপুৰৰ সামাজিক…
সুখবৰ নৃপেন ৰয়লৈ অনন্ত ৰাম দাসৰ স্মৃতিত বঁটা admin Jun 3, 2019 0 অসমীয়া সাহিত্যৰ নীৰৱ সাধক অনন্ত ৰাম দাসৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়াই অহা সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা ২০১৯ বৰ্ষৰ…
সুখবৰ সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চৰ প্ৰথম অধিবেশন সম্পন্ন admin Jun 2, 2019 0 যিটো সময়ত ফেচবুক ,হোৱাটচ এপ দৰে সামাজিক মাধ্যম সমূহৰ অপব্যৱহাৰৰ বিষয়ে বিভিন্ন জনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে…
সুখবৰ শিশু শ্ৰম ৰোধৰ সজাগতা সভা সম্পন্ন admin Jun 2, 2019 0 অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত জিলা শিশু সুৰক্ষা কাৰ্য্যালয়ৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আজি…