শ্বিলঙৰ পৰা কলিকতালৈ আজিৰে পৰা বিমান চলিব।জানিব পৰা মতে আজি বিয়লি ৪বজাৰ পৰা ৰিভয়স্থিত বিমান বন্দৰ উমৰোৰ পৰা ইণ্ডিগো বিমানে যাত্ৰা আৰম্ভ কৰিব।প্ৰাৰম্ভিক টিকটৰ মূল্য ২৮৯৯ টকা ধাৰ্য্য কৰা হৈছে ।ইতিমধ্যে বিমান বন্দৰটোত যাৱতীয় পৰীক্ষণমূলক কাম কাজ সমাপন হৈছে।এই উৰণৰ সম্পৰ্কে ইণ্ডিগোৱে টুইটাৰত এনেদৰে লিখিছে -শ্বিলং আৰু কলিকতাৰ মাজত আৰম্ভ হ’ল নন ষ্টপ বিমান সেৱা।উত্তৰ পূবৰ স্কটলেণ্ড খ্যাত শ্বিলঙলৈ মাত্ৰ এতিয়া কেইটামান মূহুৰ্তৰ বাট।এতিয়াই বুকিং কৰক।উল্লেখযোগ্য যে উমৰো বিমান বন্দৰৰ পৰা বৰ্তমানলৈকে সৰু বিমানহে চলাচল কৰি আছে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত