তেজপুৰস্থিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ১৬ ছেপ্টেম্বৰত শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ বিষয়ক কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনি মহাবিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ তৰফৰ পৰা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল । সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ সঞ্জয় ভি মালপেক। শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে শক্তি খণ্ডৰ হিচাপ পৰীক্ষণ সম্পৰ্কত তেওঁ বিশদ বাখ্যা আগবঢ়ায় । ভাষণৰ শেষত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন