কালি আনুষ্ঠানিকভাৱে উন্মোচন হ’ল সাংবাদিক পাৰিজাত সন্দিকৈ জাৰজ সন্তানৰ মাতৃ শীৰ্ষক এখন উপন্যাস।বাস্তৱ পটভূমি আলমত লিখিত উপন্যাস খনত বৰ্ণিত আছে এগৰাকী নাৰীৰ জীৱনৰ কিছু গুৰুত্বপূৰ্ণ অংশ।সাংবাদিক দৰ্শনা বৰুৱা আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত সঞ্জীৱ ফুকন,সুশীল দত্ত,দিব্যৰেখা গোস্বামীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন