আজিৰে পৰা আৰম্ভ হ’ল মুখ্যমন্ত্ৰী যুৱ সমাৰোহ ।যুৱ তথা উদ্যমী সকলৰ সহায়ক হোৱাকৈ অনুষ্ঠিত হোৱা এই সমাৰোহ খনৰ প্ৰথম দিনা কৃষিৰ ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বিভিন্নজন উদ্যমীৰ লগত মত বিনিময় হয়।অসমৰ প্ৰায় ৮৫ খন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়ে সমাৰোহখনত উপস্থিত থাকি ঠাই বিশেষে কৃষিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে মতবিনিময় কৰে।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সমাৰোহখনে কৃষি, অৰ্থনীতিৰ ক্ষেত্ৰত ন মাত্ৰা প্ৰদান কৰিব।সমাৰোহখনত আলোচক হিচাপে শ্যামকানু মহন্ত,লক্ষ্য কোঁৱৰ,সত্যেন মহন্ত, সঞ্জয় চাংকাকতি, ডক্টৰ মৃদুল বৰা উপস্থিত থাকে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud