অৱশেষত সকলো কল্পনা জল্পনাৰ অন্ত পেলাই সোণোৱাল চৰকাৰৰ মন্ত্রীসভাত ন সংযোজন ঘটিল।মন্ত্রীসভাৰ সদস্য সংখ্যা হ’লগৈ ১৮ জন।মন্ত্রী ভৱেশ কলিতাই শিক্ষা মন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰে।ঠিক সেইদৰে যুৱ মন্ত্রী পীয়ুষ হাজৰিকাক নগৰ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে।আনহাতে যোগেন মহনক গড়কাপ্তানী আৰু ৰাজহ বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।আনহাতে সোণোৱাল মন্ত্রীসভাৰ আন এজন নতুন সদস্য সঞ্জয় কিষাণক শ্ৰম আৰু চাহ জনজাতি উন্নয়নৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।উল্লেখযোগ্য যে আজি ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে মন্ত্রীসভাৰ দুই নৱনিযুক্ত সদস্যক শপত বাক্য পাঠ কৰোৱায়।আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তৃতীয়বাৰলৈ পুনৰবাৰ সভাপতিৰ দায়িত্বভাৰ গ্রহণ কৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud