আজি বীৰ চিলাৰায় দিৱস।মহাবীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তী উপলক্ষে চৰাইদেউ জিলাৰ সোণাৰিত চিলাৰায়ৰ প্ৰতিমূৰ্তি প্ৰাঙ্গনত এক সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্রাংকণ,ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰা হয়।এই অনুষ্ঠানত যোৰহাটৰ সাংসদ তপন গগৈৰ লগতে সোণাৰি অঞ্চলৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক