এন আৰ এলে অসমীয়া চলচ্চিত্ৰ জগতৰ দুগৰাকী শীৰ্ষস্থানৰ প্ৰবীন অভিনেতা নিপন গোস্বামী আৰু বিদ্যা ৰাও নেয়াৰলৈ ১৩ ফেব্ৰুৱাৰীত সন্মান আগবঢ়াইছে।অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে সমাজলৈ আগবঢ়োৱা উৎকৃষ্ট মানৰ সেৱাৰ বাবে এন আৰ এলে এই সন্মান জনাইছে।এন আৰ এলৰ এম ডি এছ কে বৰুৱাই বয়োজ্যেষ্ঠ শিল্পী দুগৰাকীলৈ ১.৫ লাখ টকাৰ চেক হস্তান্তৰ কৰিছে।
Trending
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ