সামাজিক কামেৰে উজলি উঠিছে এগৰাকী অভিনেত্ৰীয়ে

0 541

এগৰাকী অভিনেত্ৰী। আজি অভিনেত্ৰী হিচাপে সংবাদৰ শিৰোনাম দখল কৰা নাই । তেওঁ দখল কৰিছে কিছু সামাজিক কামৰ বাবেহে।
 
 
এই বিশেষ অভিনেত্ৰী গৰাকী হ’ল আইমি বৰুৱা। তেখেতে নিজা প্ৰচেষ্টাত ছয় হেজাৰো অধিক এজাৰ পুলি ৰোপন কৰিছে । ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত ঠেকেৰাগুৰি পৰা কাঢ়িকুছিলৈ যোৱা পথচোৱাত গছৰ পুলি ৰোপন কৰিছে।
 
 
ইতিমধ্যে পুলি বোৰে গছ হ’বলৈ আৰম্ভ কৰিছে।যেতিয়া এজাৰৰ গছ বিলাক গছত পৰিণত হ’ব। নিশ্চয়কে সৌন্দৰ্য্যই অন্য মাত্ৰ প্ৰদান কৰিব।স্মৰ্তব্য যে তেখেতে সময়ে সময়ে গছপুলি সমূহ প্রতিপালন কৰি আহিছে।

Leave A Reply

Your email address will not be published.