১৬ আগষ্টৰ পৰা আনলকৰ নতুন নিয়ম বাহাল হোৱা সম্ভাৱনা

0 600

১৫আগষ্ট পিছৰ পৰা শিথিল হোৱাৰ সম্ভাৱনা আনলক ব্যৱস্থা ।সেই অনুসৰি পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব।নিশা ৯:৩০ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।
 
 
 
শনিবাৰ আৰু দেওবাৰে সপ্তাহিক লকডাউন বাহাল থাকিব।আনহাতে সোমাবাৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়তৰ ব্যৱস্থা বাহাল থাকিব।১৬ আগষ্ট পৰা ৩১ আগষ্টলৈ প্রযোজ্য হ’ব পাৰে এই নতুন নিয়ম।এই সম্পৰ্কে অৱশ্যে আনুষ্ঠানিক ভাৱে এতিয়ালৈ কোনো ঘোষণা কৰা হোৱা নাই ।

Leave A Reply

Your email address will not be published.