গণৰাজ্য দিৱসৰ শ্ৰেষ্ঠ প্ৰতীকপটৰ সন্মান উত্তৰ প্ৰদেশলৈ

0 257

৭২সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপটৰ সন্মান লাভ কৰিছে উত্তৰ প্ৰদেশে।বৃহস্পতিবাৰে এই ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।নৱনিৰ্মিত ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল এই প্ৰতীকপট।উল্লেখ্য যে, এইবাৰ ১৭ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰেগণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ।বিগত বৰ্ষত অসমৰ প্ৰতীকপটে আজুৰি আনিছিল শ্ৰেষ্ঠ প্ৰতীকপটৰ খিতাপ।

Leave A Reply

Your email address will not be published.