অসমৰ ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ আজি মৃত্যু তিথি।১৯৬০ চনৰ আজিৰ দিনটোতে সেই সময়ৰ আৰক্ষী অধীক্ষক পি বি পাববীৰ নিৰ্বিচাৰ গুলিত ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু হৈছিল।এই শ্বহীদ গৰাকীক সুঁৱৰি শিৱসাগৰ আমোলাপট্ৰিস্থিত বাসগৃহত ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত শ্বহীদ গৰাকী কৰ্মজীৱনৰ সম্পৰ্কে স্মৃতিচাৰণ কৰে।শ্বহীদ গৰাকী স্মৃতিত কটনৰ ছাত্ৰআবাসৰ লগতে এটি মূৰ্তিও আছে।কিন্তু আজি ৰঞ্জিত বৰপূজাৰী বিষয়ে একাংশ প্ৰজন্মই নাজানে।শ্বহীদ গৰাকী যিদৰে পূজনীয় হ’ব লাগিছিল আজি তাৰ পৰা যেন বঞ্চিত ।স্মৃতিচাৰণ সভাত ৰংপুৰ সাহিত্য সভাই এটি আৱক্ষ মূৰ্ত্তি প্ৰতিষ্ঠা কৰাৰ কথা জানিবলৈ দিয়ে।ক’ভিড কেন্দ্ৰিক পৰিস্থিতি পৰিপ্ৰেক্ষিতত এই স্মৃতিচাৰণ অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয়।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী