অসমৰ জনজাতীয় সংস্কৃতি সংৰক্ষণৰ বাবে সুকীযাকৈ এটা বিভাগ গঠন কৰিব।এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কালি কৰে।তেখেতে জনায় যে এই বিভাগটোৱে খিলঞ্জীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু নিৰাপত্তাৰ বাবে গঠিত হৈছে। ই এক স্বতন্ত্ৰ বিভাগ হ’ব।ইতিমধ্যে কেবিনেটে অনাগত বাজেট অধিবেশনত নতুন বিভাগটোৰ বাবে শকত পুঁজি ধাৰ্য কৰিবৰ বাবে বিত্তমন্ত্ৰীক অনুৰোধ জনাইছে। উল্লেখ্য যে, অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে এইবাৰ অহা ১৬ জুলাইত হ’ব লগীয়া বাজেট অধিবেশনত ৰাজ্যৰ বাজেট উপস্থাপন কৰিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram