সুখবৰ! নাৰী সকলৰ সবলীকৰণ, স্বাস্থ্য, উন্নয়ন সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ৱমেন (Web of Mass Empowerment and Nourishment) শীৰ্ষক এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ জন্ম লাভ কৰে। গুৱাহাটীৰ শ্বুলিন গ্ৰেণ্ড নামৰ হোটেল খনত অনুষ্ঠিত হোৱা অনুষ্ঠানত দক্ষতা বিকাশ আৰু সম্পদ সদ ব্যৱহাৰৰ নামৰ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। ৰ্কমশালা খনত বিভিন্ন উন্নয়নমূলক কামেৰে কিদৰে স্বেচ্ছাসেৱী সংগঠন সকলক আগবঢ়াই নিব পাৰি, পুঁজিৰ দ্বাৰা আৰ্থিক দিশত অনুদান আগবঢ়াব পৰা যায়, সেই বিষয়ে আলোকপাত হয়। অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকলৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত আছিল। স্মৰ্তব্য যে ৱমেন নামৰ অনুষ্ঠানটোৰ আৰত ৭ গৰাকী বিভিন্ন ক্ষেত্ৰৰ মহিলা জৰিত হৈ আছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী

