ৰাজ্যৰ শিক্ষা বিভাগত মুঠ ২২,৯২১ টা খালী পদত নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও টুইটাৰযোগে এই কথা জানিব দিছে।পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদ পূৰণৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।সেইদৰে, বড়ো, গাৰো, আৰু মণিপুৰী মাধ্যমৰ বাবেও অনুষ্ঠিত কৰা হ’ব বিশেষ টেট পৰীক্ষা।অহা ১ ছেপ্টেম্বৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।যোৱা ৪ আগষ্টত অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram