পৰ্যটক সকলৰ বাবে ভাল খবৰ।১ ছেপ্তেম্বৰৰ পৰা মেঘালয়ত পৰ্যটকসকলে ফুৰিব পাৰিব ।অৱশ্যে ইয়াৰ বাবে কিছু নিৰ্দেশনা মেঘালয় চৰকাৰে জাৰি কৰিছে। সেই অনুসৰি মেঘালয়ত ভ্ৰমণ কৰিব বিচৰা পৰ্যটক সকলে ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।অন্যথা ৭২ ঘন্টাৰ ভিতৰত ক`ভিড পৰীক্ষাত নিগেটিভ হ`ব লাগিব। ক`ভিড পৰীক্ষাত নিগেটিভ হ’লেহে মেঘালয়ত প্ৰবেশ কৰাৰ বাবে অনুমতি প্ৰদান কৰিব।এই ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ । উল্লেখযোগ্য যে মেঘালয়ৰ ভ্ৰমণ কৰিব বিচৰাে সকলৰ বাবে মেঘালয় চৰকাৰে সম্প্ৰতি এই নিৰ্দেশনা বান্ধি দিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram