নয়দাৰ পৰা অচিৰেই গুৱাহাটীলৈ অনা হ’ব অইলৰ মুখ্য কার্যালয়৷ সোমবাৰে এই কথা ঘোষণা কৰিলে কেন্দ্রীয় ৰাজ্যিক পেট্র’লিয়াম মন্ত্রী ৰামেশ্বৰ তেলীয়ে সোমবাৰে উত্তৰ গুৱাহাটীত স্কীল ডেভেপলমেণ্ট ইনষ্টিটিউট পৰিদর্শন কৰাৰ সময়তে এই কথা ঘোষণা কৰি কেন্দ্রীয় মন্ত্রীজনে জানিবলৈ দিয়ে যে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কার্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ ক্ষেত্রত ইতিমধ্যে প্রাৰম্ভিক কাম–কাজ আৰম্ভ হৈছে৷ অসমবাসীলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰৰ এয়া উপহাৰ বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে তেল উদ্ঘাটনৰ সবিশেষ তথা শোধনাগাৰৰ বিভিন্ন কাৰিকৰী দিশ সম্বলিত এক সংগ্রহালয় স্থাপন কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী