এয়াৰ চীফ মাৰ্শ্বেল আৰ.কে.এছ. ভাদাউৰিয়াই অৱসৰ লোৱাৰ পৰিপ্ৰেক্ষিতত ভি আৰ চৌধুৰীয়ে বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনা প্ৰধানৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্ব ভাৰ গ্ৰহণ কৰি চৌধুৰীয়ে কয় যে, তেওঁক ভাৰতীয় বায়ু সেনাৰ মুৰব্বীৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে তেওঁ নিজকে সন্মানিত আৰু সৌভাগ্যৱান অনুভৱ কৰিছে। এন ডি এৰ এজন প্ৰাক্তন ছাত্ৰ, এয়াৰ চীফ মাৰ্শ্বেল চৌধুৰীক ১৯৮২ চনৰ ডিচেম্বৰত আইএএফৰ যুঁজাৰু শাখাত নিযুক্তি দিয়া হৈছিল। তেওঁ একাধিক যুঁজাৰু আৰু প্ৰশিক্ষক বিমানত ৩,৮০০ ঘণ্টাতকৈও অধিক সময় বিমান উৰুৱাইছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা