শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী ঘোঁৰামাৰীত ঘোঁৰামাৰী আঞ্চলিক প্ৰেক্ষাগৃহ আৰু জ্যোতি-বিষ্ণু সাংস্কৃতিক ভৱন পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা ভূপেন্দ্ৰ সংগীতৰ দহদিনীয়া কৰ্মশালা আৰম্ভ হৈছে । কৰ্মশালাখনিত ঘোঁৰামাৰী,বালিপৰা ,পাটগাঁও, ঢেঁকীদল, টুবুকীঝাৰ, বৈঠাভংগা আদি অঞ্চলৰ ভালে সংখ্যক কণ কণ শিশুৱে অংশগ্ৰহণ কৰিছে।অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মুৰুলী নাথ।কৰ্মশালাখনিত লগতে উপস্থিত থাকে সমাজসেৱক প্ৰশান্ত দাস, সংগীতশিল্পী বিনন বড়োৰ লগতে ভালেমান ৰাইজ, বিশিষ্ট ব্যক্তি।উল্লেখ্যে যে, কৰ্মশালাখনি অহা ৩০ অক্টোবৰত সামৰণি পৰিব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী