শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বগীজুলিত আজি এখন উপন্যাস শুভ উন্মোচন কৰা হয়। ৪ নং বগীজুলি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেনীৰাম বড়োৰদ্বাৰা লিখিত “ত্যাগ” নামৰ উপন্যাসখন আজি তেখেতৰ বাসগৃহত অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰেশ্বৰ ব্ৰৰ্হ্মৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচন সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে চেনীৰাম বড়োয়ে। সভাত উপস্থিত থাকি উপন্যাসখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে ক্ৰমে উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শিশু ৰঞ্জন গগৈ, বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক,যুৱ নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰা, শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ উপ-সভাপতি বিনোদ বসুমতাৰী আৰু শিক্ষক, সমাজকৰ্মী গিতু মাৰাকে । অনুষ্ঠানত ভালেমান শিক্ষক, বিশিষ্ট ব্যক্তি, ৰাইজ, দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram