সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে চাৰিদুৱাৰত উদযাপন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। যুৱ সাংবাদিক সন্থা অসমৰ উদ্যোগত বালিপৰা প্ৰেছ ক্লাৱৰ সহযোগত আজি সীমান্ত মিলন সংঘত প্ৰেছ দিৱস উদযাপন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আজি প্ৰেছ দিৱসত মূখ্য অতিথি ৰূপে উপস্থিত আছিল চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, DY365 ৰ পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়চোৱাল, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড° ধনঞ্জয় ঘনৱাটৰ লগতে গণ্য মান্য ব্যক্তি সকল। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৫ জন সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। Dy 365 ৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া, Parg News ৰ Output editor ধীৰাজ ৰায়, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক গৌতম শৰ্মা, DA News plus ৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক বিকাশ পৰাশৰৰ লগতে Asom Live 24 ৰ উদীয়মান বাতৰি পৰিৱেশক পৰাগজ্যোতি ফুকনক।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram