ভাৰতীয় সেনাত এজন দক্ষ সেনা বিষয়া হিচাপে পৰিচিত, অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰলৈ এইবাৰ আগবঢ়োৱা হৈছে ভাৰতীয় সেনাৰ অতি সন্মানীয় হিচাপে পৰিচিত অতি বিশিষ্ট সেৱা মেডেল ( এ ভি এছ এম)। ২২ নৱেম্বৰত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদীপ চন্দ্ৰন নায়াৰে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নায়াৰে যুদ্ধ সেৱা মেডেল পদকৰে সন্মানিত হোৱাৰ উপৰি নাগালেণ্ডৰ অসম ৰাইফলছৰ ( উত্তৰ ) কাৰ্যালয়ত তেওঁ মহা পৰিদর্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম , মণিপুৰ , নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত কাম কৰাৰ অভিজ্ঞতা থকা নায়াৰে ভাৰতীয় সেনাৰ মুৰব্বীৰ পৰাও প্ৰশংসা পৰাও লাভ কৰিছিল ।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা