অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অন্তৰ্গত চৰকাৰী পঞ্জীয়নভূক্ত মহিলা আত্মসহায়ক গোট সমূহৰ উমৈহতীয়া বিপনী মৰাণ শিংৰীজান তিনিআলিত দুখন মুকলি কৰা হয়।উক্ত এই মুকলি অনুষ্ঠানত খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাই গোট সমূহক এই বিপনীসমূহ চমজাই দিয়ে। উল্লেখ্য যে স্বাৱলম্বিতাৰ উদ্দেশ্যে মহিলা সকলে একগোট হৈ গঠন কৰা আত্মসহায়ক গোট সমূহে নিজে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমূহ নিজা বিপনী নথকাত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হৈছিল।আজি খুমটাই গাওঁ পঞ্চায়তৰ অধীনত থকা চৰকাৰী পঞ্জীয়নভূক্ত গোট সমূহৰ বাবে স্থায়ী বিপনী প্ৰদান আত্মসহায়ক গোট সমূহ উৎফুল্লিত হয় ।
Trending
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ