বিবেকানন্দ কেন্দ্ৰ কন্যা কুমাৰী কামৰূপৰ উদ্যোগত কালি বিবেকানন্দ কেন্দ্ৰত এখন চাইবাৰ সুৰক্ষা সভা অনুষ্ঠিত হয়।সভাত এছ পি কমিউনিকেশ্বন বিভাগৰ বিৰাজ দাসে চাইবাৰ সুৰক্ষাৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেখেতে কয় যে দিনে দিনে বৃদ্ধি হোৱা চাইবাৰ অপৰাধে জনসমাজলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বাবে জনসাধাৰণ সজাগ, সচেতন হোৱা উচিত।কালিৰ অনুষ্ঠানত বিবেকানন্দ কেন্দ্ৰ কন্যা কুমাৰী অৰূপ বৰা, দীপাংকৰ মহন্ত,মানস ৰায় বৰুৱা উপস্থিত থাকে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন