নীলাচল পাহাৰৰ বুকুত থকা ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। বুধবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ । মাৰ আশীষ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰিছে শক্তিপীঠ কামাখ্যাত । নৱৰাত্ৰিৰ আজি দ্বিতীয় দিনাও কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ৷ উল্লেখ্য যে,মহানগৰীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ হৈছে দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ প্ৰাচীন পীঠ।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন