বিল্ডিং আৰ্কিটেকচাৰ,ইন্টেৰিঅৰ আৰু কনষ্ট্রাকশ্বন ক্ষেত্রখনৰ উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ মঞ্চ বি এ আই চিৰ উদ্যোগত এখন কৰ্মশালা , বৃহৎ প্ৰদৰ্শনী মূলক মেলা ১২ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী মূলক মেলা খনৰ লগত ৰাখি আলোচনা চক্ৰ, কৰ্মশালা অনুষ্ঠিত হ’ব। ইভেন্টটোৰ মুখ্য উদ্যোক্তা, পৰিচালক তথা আৰ্কিটেৰ মিলি সিনহা, আৰ্কিটেৰ নেহা মালহোত্রা ইভেন্টৰ প্ৰসংগত কয় যে আমি উত্তৰ পূবৰ ৰাইজৰ পৰা ব্যাপক সঁহাৰি পাইছে। এই ইভেন্টৰ দ্বাৰা নতুন প্ৰজন্মক বিল্ডিং আৰ্কিটেকচাৰ ইন্টেৰিঅৰ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা তেওঁ লোকে কি কি নতুন প্ৰযুক্তিৰে গৃহ নিৰ্মাণ,বা নক্সা প্ৰতিফলিত কৰিব পাৰি। আজি আয়োজিত সংবাদ মেলত বিল্ডাৰ এচ’চিয়েছনৰ অৱ ইন্ডিয়াৰ সভাপতি ৰূপেশ খাখলিয়া, জেষ্ঠ্য স্থাপত্যবিদ দেবাশীষ চক্ৰৱৰ্তী, অভিনেত্রী নিশিতা গোস্বামী, আৰ্কিটেক মিলি সিনহা, নেহা মালহোত্রাৰ লগতে বহুকেইজন উদ্যমী উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন