কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ সমীপৰ শিঙাৰপাৰাৰ জ্ঞানমালিনী সাহিত্য সভাই আজীৱন সভ্য ভৰ্ত্তি অভিযান আৰম্ভ কৰিছে ৷ অসম সাহিত্য সভা আৰু কামৰূপ জিলা সাহিত্য সভাৰ আহ্বানমৰ্মে আজি শুভ আৰম্ভনি হোৱা এই অভিযানত সভাৰ প্ৰাক্তন সভাপতিদ্বয় ডঃ ভূৱনেশ্বৰ ডেকা ,মোহিনীমোহন শৰ্মাকে ধৰি সভাৰ বিষয়ববীয়া সকলে ভাগ লয় । আনহাতে অভিযানত ভাগ লোৱা সকলোৱে ‘আহক আমি অসম সাহিত্য সভাৰ আজীৱন সভ্য হওঁ আৰু ভাষা জননীৰ সেৱা কৰি যাওঁ’ শীৰ্ষক বাৰ্তাৰে ইতিমধ্যে সভাৰ বিষয়-ববীয়া সকলে আজি প্ৰায় ৫০জন সভ্য ভৰ্ত্তি অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জনাইছে সভাৰ সম্পাদক তিলক ডেকাই৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram