মায়া নগৰী মুম্বাইত চিনেমা জগতত অসমৰ বহুতো প্ৰতিভাৱান যুৱক যুৱতীয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে|শেহতীয়াকৈ ডেইজী দলে নামৰ যুৱতী গৰাকীয়ে চ’চিয়েল মেডিয়াত বেচ চৰ্চা লাভ কৰিছে| যোৰহাট ঢেকিয়াখোৱাৰ যুৱতী ডেইজীয়ে য়ামালা পাগলা দিৱানা ফিৰ চে লিগেল এডভাইজাৰৰ চৰিত্ৰত অভিনয় কৰিছে|এই চিনেমাখনৰ মুখ্য ভূমিকাত ধৰ্মেন্দ্ৰই অভিনয় কৰিছে|এই সম্পৰ্কে ডেইজীয়ে এন ই ফ’কাচ ডট কমক জনায় যে ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰি খুবেই আনন্দিত|তেখেতৰ কমেডি কথাবোৰ খুবেই মনোগ্ৰাহী|অভিনয়ৰ জৰিয়তে সমাজত পৰিচয় গঢ়িবলৈ বিচৰা ডেইজীয়ে ইতিপূৰ্বে বিজ্ঞাপন আৰু চিৰিয়েলত অভিনয় কৰিছিল|
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী