বিগত চাৰি বছৰে ভাৰতত জনপ্ৰিয়তা লাভ কৰাৰ পিছত পুনৰ পঞ্চমটো ছিজনে ভাৰতবাসীক মনোৰঞ্জন প্ৰদান কৰিবলৈ আৰম্ভ হৈছে ইম্পেৰিয়েল ব্লু ছুপাৰ হিট নাইটে।বহু প্ৰত্যাশিত এই সংগীতৰ যাত্ৰা লক্ষ্ণৌত আৰম্ভ হৈ অৱশেষত ভাৰতৰ আটাইতকৈ জনপ্ৰিয় চুপাৰ ষ্টাৰ নেহা কাক্কৰ পঞ্চমটো যাত্ৰা।এই পঞ্চমটো ছিজন সন্দৰ্ভত পাৰ্ন’ব ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া কাৰ্তিক ম’হিন্দ্ৰাই কয় যে -ইম্পেৰিয়েল ব্লু নাইটে কৰি মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে ।বলিউডৰ কণ্ঠ একক সংযোজন এই পঞ্চম সংস্কৰণ ত জনপ্ৰিয় কণ্ঠশিল্পী নেহা কাক্কৰ অনুষ্ঠান আগবঢ়াবলৈ উৎসাহী হৈ আছে।নেহা কাক্কৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিব ডি জে সুকেতুৱে।গুৱাহাটীৰ ভিভাণ্টাত অনুষ্ঠিত কৰা সংবাদ মেলত নেহা কাক্কৰ কয় যে ইম্পেৰিয়েল ব্লু ছুপাৰহিট নাইটক দেশৰ সংগীত আৰু মনোৰঞ্জন জগতৰ সৰ্ববৃহৎ ষ্টৰহাউছ হিচাপে জনা যায় ।লক্ষ্ণৌত ছুপাৰহিট হোৱাৰ দৰে গুৱাহাটীও দৰ্শকে আদৰি ল’ব বুলি মই আশাবাদী ।ইয়াৰ পিছত ক্ৰমে উদয়পুৰ, ইণ্ডো আদিত অনুষ্ঠান পৰিৱেশন কৰিম ।
Trending
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান